সাহিত্য সুৰভি
নিবিড় প্ৰণয় গাৰে’ৰ—অনুভৱী উক্তি

অনুভৱৰ উক্তি
* কিছুমান কথা ক’ব নোৱাৰিলেও লিখি সন্তোষ পোৱা যায়৷ এই কথাবোৰ লিখিলেই বিষাদেৰে ভাৰাক্ৰান্ত মনটো পাতল হৈ যায় আৰু বিষাদগ্ৰস্ত মনটোৱেই এদিন হাজাৰ ধুমুহাৰ মাজতো নিজকে জীয়াই ৰাখিবলৈ পাঠ শিকায়৷
* সকলো মানুহৰ সুকীয়া সুকীয়া গুণ থাকে৷ জীৱনত অজানিতে লগ পোৱা যায় এনে মানুহ, যাৰ সৰু সৰু কথাই আপোনাক সুখ দিব আৰু এচাম মানুহৰ সৰু সৰু কথাই আপোনাক আজীৱন আমনি কৰিব৷
© নিবিড় প্ৰণয় গাৰে




