সাহিত্য সুৰভি
নিবিড় প্ৰণয় গাৰে’ৰ— A piece of heart

আনক সুখী কৰোতেই জীৱনটো গ’ল
এতিয়া! স্মৃতিবোৰ, কষ্টবোৰ ইতিহাসৰ একোটা পৃষ্ঠা হ’ল৷
পাহৰণিৰ গৰ্ভত নাম-নিচান নোহোৱা হ’ল৷
অকলশৰীয়া সেমেকা হৃদয়খনহে আমাৰ নিজৰ হ’ল৷
©নিবিড় প্ৰণয় গাৰে

আনক সুখী কৰোতেই জীৱনটো গ’ল
এতিয়া! স্মৃতিবোৰ, কষ্টবোৰ ইতিহাসৰ একোটা পৃষ্ঠা হ’ল৷
পাহৰণিৰ গৰ্ভত নাম-নিচান নোহোৱা হ’ল৷
অকলশৰীয়া সেমেকা হৃদয়খনহে আমাৰ নিজৰ হ’ল৷
©নিবিড় প্ৰণয় গাৰে