নিয়োগ বাৰ্তা

ভাৰতৰ বিখ্যাত কোম্পানী TATA Electronics ৰ বেংগালুৰুৰ নাৰাস্পুৰা স্তিত Final Assembly Testing and Packaging Facility ত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়াৰ তথ্য প্ৰদান কৰা হৈছে।
১. এই নিযুক্তি প্ৰক্ৰিয়া কেবল যুৱতীৰ বাবে ।
২. আবেদনকাৰী সকলৰ বয়স ১৮ পৰা ২১ ৰ ভিতৰত হ’ব লাগিব।
৩. আবেদনকাৰী সকলৰ শিক্ষাগত অৰ্হতা ক্লাছ ১২ উৰ্ত্তীণ হব লাগিব।
৪. Tata Recruitment Drive ৰ পৰীক্ষা অহা ২৪ ডিচেম্বৰ ২০২৩ তাৰিখে ITI Jorhat ত অনুষ্ঠিত হব।
৪. আগ্ৰহ প্ৰকাশ কৰিবলৈ
https://skillassam_naps.skillmissionassam.org/
লিংক বা তলৰ QR CODE ত স্কেন কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
মন কৰিব যে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিবলৈ আধাৰ কাৰ্ড (মোবাইল নং সৈতে সংলগ্ন), মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীট আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ, পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ আৰু email id প্ৰয়োজন হ’ব।



