আঞ্চলিক সংবাদ
মহানগৰীৰ বেলতলাত পুনৰ চিলনী চোৰৰ তাণ্ডৱ

- মহানগৰীৰ বেলতলাত পুনৰ চিলনী চোৰৰ তাণ্ডৱ
- লক্ষ্মী দেৱী নামৰ এগৰাকী বৃদ্ধাই প্ৰাতঃ ভ্ৰমণ লৈ যাওঁতে ডিঙিৰ পৰা টানি নিলে সোণৰ চেইন
- পুৱাই বাইকত হেলমেট পৰিহিত দুজনীয়া চোৰৰ দলে পুৱাই চলালে এই চুৰি কাৰ্য
- কালিও এই পথটোত চোৰে অনুৰূপ ধৰণে চোৰে লুটি নিছিল এজন লোকৰ পৰা সোণৰ চেইন
- এইদৰে এতিয়া চিলনী চোৰে মহানগৰ বাসীৰ নিদ্ৰাহৰণ কৰিছে সাধাৰণ জনতাৰ




